← ফুৰি যাওক

খৰা

অৰ্থ

1.

বৰষুণ নোহোবা, এতেকে গৰম বা তাপযুক্ত বতৰ; অনাবৱষ্টি; ৰ'দালী বতৰ; যেনে -"জেঠৰ বাৰ খৰ"

drought

বি.

2.

তাপযুক্ত; যেনে-"খৰ বতৰ"

warm; hot

বিণ.

3.

বৰষুণ-শূন্য, এতেকে শুকান; যেনে-"খৰকালি"

dry

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খৰা · অসমীয়া অভিধান