খৰাং
kharām
অৰ্থ
1.
শুকান; বৰষুণ নোহোবা; যেনে-"খৰাং বতৰ"
dry
বিণ.
2.
নীৰস; ৰস বা সাৰ নথকা; যেনে-"খৰাং মাটি"
barren
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
kharām
শুকান; বৰষুণ নোহোবা; যেনে-"খৰাং বতৰ"
dry
বিণ.
নীৰস; ৰস বা সাৰ নথকা; যেনে-"খৰাং মাটি"
barren
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ