কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সমীপতেxo.mi.po.teAdverb
বেছি দূৰত নহয় (কোনো ঘটনা ঘট বা কিবা কাম কৰ)
do or happen something not far off
- সমীপলৈ আহxo.mi.po.loi ahVerb-Intran.
সময় অথবা স্থানৰ পৰিবৰ্তন হৈ ওচৰলৈ/কাষলৈ আহ্ ৷
To come near or nearer, as in space or time.
- সমীপস্থxo.mi.pos.thoProper Adj.
Situated at a short distance.
- সমীপেদিxo.mi.pe.diVerbal Adj.
by the side of, by the edge of.
- সমীপেষুxo.mi.pe.xuAdposition
এনে লোকৰ নাম-ঠিকনা, যিয়ে ডাক এটা তাৰ প্ৰকৃত গৰাকীৰ হৈ গ্ৰহণ কৰি চমজাই দিব পাৰে ৷
at the house or address of (used in letter); To be delivered to the address of someone who will then give the delivery to the intended recipient.
- সমীপ্যsamīpyaNoun
নিকট; ওচৰ
nearness; neighbourhood; vicinity
- সমীপৱৰ্ত্তীxo.mi.po.bor.tiProper Adj.
Situated at a short distance.
- সমীভৱনVerbal Noun
এটা শব্দ আন এটা শব্দৰ সৈতে অধিক মিল হোৱা; ওচৰতে হোৱা বা সাধাৰণতে কাষৰীয়া শব্দৰ প্ৰভাৱত হোৱা শব্দৰ পৰিৱৰ্তন
one sound becomes more similar to another, a change in a sound brought about by the influence of a neighbouring, usually adjacent sound.
- সমীহsamīhaNoun
সন্ধান; সম্ভ্ৰম; ভক্তি; . মানী মনুহৰ ওচৰত সঙ্কোচ-বোধ।
respect
- সমীহ কৰ্xo.mih korVerb-Trans.
ভয় বা আশংকা প্ৰকাশ কৰ্; মনত ভয় পুহি ৰাখ্৷
be afraid of; to regard with fear.
- সমীৰsamīraNoun
বতাহ; বায়ু; বাত
air; wind
- সমীৰণsamīraṇaNoun
বতাহ; বায়ু; বাত
air; wind
- সমুখxo.mukhAbstract Noun
আগবাঢ়ি থকা বা সঘনাই ব্যৱহাৰ হৈ থকা অথবা সঘনাই দেখি থকা দিশ ৷
That part or side that is forward, or most often seen or used.
- সমুখতxo.mu.khotProper Adj.
নিজে মুখ কৰি থকা দিশৰ কোনো এঠাইত ৷
In a forward place or position.
- সমুখভাগxo.mukh.bhagMaterial Noun
কোনো বস্তুৰ আগৰফালৰ অংশ বা ভাগ
The side or part of an object that is in front or prominent
- সমুখা-সমুখিকৈxo.mu.kha-xo.mu.khi.koiAdverb
Confrontation facing each other
- সমুচিতxo.mu.sitProper Adj.
প্ৰয়োজন বা পৰিস্থিতিৰ সৈতে খাপ খোৱা বা মিলা
adapted or appropriate to the purpose or circumstances
- সমুচ্চয়samuccaẏaNoun
সমূহ।
- সমুচ্ছেদAbstract Noun
ভাঙি টুকুৰা-টুকুৰ কৰি বা অন্য উপায়ে ব্যৱহাৰৰ অনুপযোগী কৰি তোলা কাৰ্য্য।
the act of rendering useless by breaking into pieces or any other means.
- সমুজ্জলProper Adj.
অত্যধিক উজ্জ্বল
very bright