সমুচিত
xo.mu.sit
অৰ্থ
1.
প্ৰয়োজন বা পৰিস্থিতিৰ সৈতে খাপ খোৱা বা মিলা
adapted or appropriate to the purpose or circumstances
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
নৈতিক বা সামাজিকভাৱে স্বীকৃত বা গ্ৰহণীয়
Morally or socially just, prefered or acceptable.
প্ৰকৃত বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ