← ফুৰি যাওক

সমীপ্য

samīpya

অৰ্থ

1.

নিকট; ওচৰ

nearness; neighbourhood; vicinity

বি.

2.

পঞ্চবিধ মুক্তিৰ এবিধ

one of the five kinds of freedom of soul

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সমীপ্য · অসমীয়া অভিধান