কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- একত্ৰিশekatriśa
-সংখ্যক; একুৰি এঘাৰ।
- একত্ৰীকৰণek.tri.ko.ronAbstract Noun
Make or become united or uniform
- একত্ৰীকৰণ কৰ্ek.tri.ko.ron korVerb-Intran.
একত্ৰীত হোৱা বা কৰা ৷
to blend together; especially in gradual stages; To be sunk; swallowed up, or lost, to immerse; to sink; to absorb.
- একত্ৰেAdverb
একেলগে; একে ঠাইতে
together; in one place
- একতৰekataraAdjective
সান-মিহলি
mixed up confusedly' jumbled
- একতৰফাekataraphāAdjective
এটা পক্ষ বা দলক সুধি কৰা বা দিয়া; খালি এক পক্ষৰ কথা শুনি বা প্ৰমাণ লৈ সিদ্ধান্ত কৰা
ex parte
- একতৰ্ফাekatarphāAdjective
এটা পক্ষ বা দলক সুধি কৰা বা দিয়া; খালি এক পক্ষৰ কথা শুনি বা প্ৰমাণ লৈ সিদ্ধান্ত কৰা
ex parte
- একথিৰেek.thi.reAdverb
আনফালে চকু নিদিয়াকৈ; এক দৃষ্টিৰে ৰ লাগি থকা৷
with the eyes fixed on one thing
- একদংষ্ট্ৰe.ko.dongs.troProper Noun
হিন্দু বিশ্বাস অনুসৰি জ্ঞান, প্ৰজ্ঞা আৰু মেধাৰ দেৱতা৷ তেখেতক সকলো ধৰনৰ বিঘিনি নাশক বুলিও শ্ৰদ্ধা আৰু পূজা কৰা হয়৷ তেওঁ শিৱ আৰু পাৰ্বতীৰ সন্তান৷ তেখেত হাতীমূৰীয়া৷
Son of Lord Shiva and Parvati, Ganesh/Ganesha is one of the most worshipped Hindu deities. Revered as the god of wisdom and intellect and remover of obstacles.His elephant head makes it easier for him to be distinguished.
- একদন্তekadantaNoun
(এটা দাঁত থকা) গণেশ দেবতা।
- একদমekadamaNoun
সম্পূৰ্ণৰূপে; সমূলিকে।
- একদম একেek.dom e.keAdjective Adj.
সকলো দিশৰ পৰা প্ৰায় সম্পূৰ্ণ মিল থকা ৷
Absolutely accurate or correct in every detail; the same in every detail.
- একদশাekadaśāNoun
মৱত্যুৰ পাছত বহু দিনলৈকে দিনে দিনে পিণ্ড দিয়া কাৰ্য্য; যেনে-"একদশা দোবাদশা শ্ৰাদ্ধ নিবৰ্ত্তিলা" (মা. ক. অযোধ্যাকাণ্ড)।
- একদাekadāAdverb; Indeclinable
একে সময়তে; একেলগে; যেনে -"কলিত পৰম উপায় নাম। একদা সিজয় ত্ৰিতয় কাম।"
at the same time; simultaneously
- একদেশekadeśaNoun
কোনো এভাগ; এক অংশ
a part; any protion
- একদেশদৰ্শীekadeśadarśīNoun
কোনো বিষয়ৰ এটা অংশ মাত্ৰ যি বিবেচনা কৰে; পক্ষপাতী।
- একদৱষ্টিekadawaṣṭiNoun
একান্তভাবে চাবন
gaze directed to a single point
- একধ্যe.ko.dhyoCommon Noun
স্বাভাৱিক দ্বৈধ সংখ্যাৰ আধা সংখ্যক ক্ৰমজ’মৰ মাত্ৰ এটা গোট বিশিষ্ট এক জীৱ বা কোষ সম্বন্ধীয়
related to an organism or cell having only one complete set of chromosomes, ordinarily half the normal diploid number
- একনাথek.nathProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- একনায়কek.na.yokCommon Noun
সকলো ক্ষমতা নিজৰ অধীনত ৰখা অনিৰ্বাচিত সৰ্বময় কৰ্ত্তা
Unelected omnipotent ruler who exercises absolute control