← ফুৰি যাওক

একতৰ্ফা

ekatarphā

অৰ্থ

1.

এটা পক্ষ বা দলক সুধি কৰা বা দিয়া; খালি এক পক্ষৰ কথা শুনি বা প্ৰমাণ লৈ সিদ্ধান্ত কৰা

ex parte

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

একতৰ্ফা · অসমীয়া অভিধান