← ফুৰি যাওক

একদশা

ekadaśā

অৰ্থ

1.

মৱত্যুৰ পাছত বহু দিনলৈকে দিনে দিনে পিণ্ড দিয়া কাৰ্য্য; যেনে-"একদশা দোবাদশা শ্ৰাদ্ধ নিবৰ্ত্তিলা" (মা. ক. অযোধ্যাকাণ্ড)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

একদশা · অসমীয়া অভিধান