কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সমসত্বxo.mo.xot.toProper Adj.
এটা গোট, য’ত নেকি সকলো উপাদান বা সদস্য একেই প্ৰজাতিৰ বা একেই গুণাগুণবিশিষ্ট।
elements in a group that are all of the same or similar kind.
- সমসাজxo.mo.xajMaterial Noun
সেনা-বাহিনীৰ সদস্য বা স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে পিন্ধা একে ধৰণৰ সাজ-পাৰ
the special set of clothes worn by all members of an organization or a group at work, or by children at school
- সমসাময়িকsamasāmaẏikaAdjective
"সমকালিক"।
- সমস্তsamastaAdjective
আটাই; সকলো; সব; সৰ্ব্ব
all
- সমস্থানিকxo.mo.sthanikAbstract Noun
মৌল এটাৰ বিভিন্ন ভৰ একে পাৰমাণবিক বিশিষ্ট পৰমাণু৷
atom of the same element which have same atomic number but different mass number.
- সমস্বৰAbstract Noun
বহুতো মানুহ বা বাদ্য-যন্ত্ৰই একেলগে সৃষ্টি কৰা সঙ্গীত
a group of people or instruments producing music in unison
- সমস্বৰেxo.mo.swo.reAdverb
সকলোৱে একেলগে একে কথা কৈ বা একে গীত গাই।
in an united voice, speaking or singing together.
- সমস্যাsamasyāNoun
বিদ্যা পৰীক্ষা কৰিবৰ নিমিত্তে বাকী অংশ পূৰ্ণ কৰিবলৈ দিয়া শ্লোকৰ এক অংশ
a part of a stanza given to be completed as a trial of skill
- সমস্যাবহুলxo.mo.xya.bo.hulAdjective Adj.
কঠিন আৰু সমাধান কৰিবলৈ অসুবিধা হোৱা৷ যেনেঃ কামটো বৰ সমস্যাবহুল হৈ পৰিল৷
(of a situation, event, problem)that is complicated and difficult to solve.
- সমসৰsamasaraAdjective
তুল্য; নিচিনা; যেনে-"বোলাহা পুত্ত্ৰেক হোক তুমি সমসৰ" (দশম)।
- সমহাৰxo.mo.harAbstract Noun
লিখিত বা অভিহিত মূল্যত ক্ৰয় কৰিব পৰা (শ্বেয়াৰ)
(of a share) purchasable at issue par or nominal par
- সমাংগxo.mang.goProper Adj.
সমান বা যথোপযুক্ত পৰিমাণৰ।
being in harmonious or proper arrangement or adjustment, proportion, etc.
- সমাংগদেহী উদ্ভিদxo.mang.go.de.hi ud.bhidCommon Noun
শেলাই, ভেঁকুৰ আৰু লাইকেন আদিৰে গঠিত উদ্ভিদৰ এক পৰ্ব বা বিভাগ ৷
a phylum of plants of very diverse habit and structure, including the algae, fungi, and lichens.
- সমাকলন গণিতxo.ma.ko.lon go.nitAbstract Noun
It is the branch of Calculus that is used for computations involving area, volume, arc length, center of mass, work, and pressure.
- সমাকীৰ্ণxo.ma.kir.noProper Adj.
আদিৰ পৰা অন্তলৈকে থকা, কোনো ভাগ বাদ নপৰা |
Having every necessary or normal part or component or step.
- সমাকৰণxo.ma.ko.ronVerbal Noun
কোনো প্ৰকল্পৰ কাম সঠিক ভাৱে আগ বাঢ়িছে নাই জানিবলৈ লোৱা ব্যৱস্থাৱলী৷
to watch, observe, listen to, or check (something) for aspecial purpose over a period of time
- সমাগতsamāgataAdjective
উপস্হিত; আহি পোবা
arrived
- সমাগমsamāgamaNoun
অহা-যোৰা; যাতায়াত
the act of coming and going
- সমাচাৰsamācāraNoun
সম্বাদ; খবৰ; বাতৰি
news
- সমাজsamājaNoun
মানুহৰ সমূহ; সম্প্ৰদায়
a multitude of men; a sect