← ফুৰি যাওক

সমস্যা

samasyā

অৰ্থ

1.

বিদ্যা পৰীক্ষা কৰিবৰ নিমিত্তে বাকী অংশ পূৰ্ণ কৰিবলৈ দিয়া শ্লোকৰ এক অংশ

a part of a stanza given to be completed as a trial of skill

বি.

2.

টান কথা; যি কথা মীমাংসা কৰা টান; বিপাক

problem; difficult question; an embarrassment

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ