← ফুৰি যাওক

সমাজ

samāja

অৰ্থ

1.

মানুহৰ সমূহ; সম্প্ৰদায়

a multitude of men; a sect

বি.

2.

সভা; মেল; . বিণ. সামাজিক। সমাজতন্ত্ৰ বি. সমাজ বা ৰাষ্ট্ৰৰ গঠন সম্পৰ্কীয় মত

an assembly; a meeting ; socialism

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ