কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দুই-এটাdui-e.taProper Adj.
সকলো নহয়, অনিৰ্দিষ্ট সংখ্যক
not all, being an undetermined or unspecified one
- দুই-নাও-দুই-ভৰিdui-nāo-dui-bhari
অস্হিৰ বা বিবুদ্ধি হোবা অবস্হা
a puzzle; a dilemma
- দুই-মনাdui-manāAdjective
কোনটো কৰোঁ কোনটো নকৰোঁ ঠিক কৰিব নোবৰা
undecided; in a dilemma
- দুইখাProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- দুকুৰিdu.ku.riAbstract Noun
দহ আৰু চাৰিৰ পূৰণফল বুজোৱা সংখ্যাটো - ৪০ ৷
The cardinal number that is the product of ten and four - 40.
- দুকুৰি বাৰProper Noun
পঞ্চাশতকৈ দুই বেছি ৷
two more than fifty; the symbol denoting 52. (৫২ in Assamese)
- দুখdukhaNoun
বেদনা
physical pain
- দুখ কৰ্
পৰিশ্ৰম কৰ্
to labour
- দুখ পাdukh paVerb-Intran.
দেহৰ কোনো অংশত বেদনা অনুভৱ কৰ্
to feel pain in a part of the body
- দুখ প্ৰকাশ কৰdukh pro.kax korVerbal Noun
দোষ স্বীকাৰ কৰি ক্ষমা কৰিবলৈ অনুৰোধ কৰা৷
to say (to somebody else) that one is sorry for doing something wrong or causing a problem; to make an apology
- দুখ প্ৰকাশ কৰ্dukh pro.kax korVerb-Intran.
গভীৰ দুখ বা অনুতাপ অনুভৱ বা প্ৰকাশ কৰ্
feel or show deep sorrow or regret for (a dead person, a lost thing, a past event )
- দুখ-সাগৰ
সাগৰৰ নিচিনা অন্ত বা সীমা নথকা দুখ; বৰ দুখ
deep or severe distress
- দুখকাৰীAdjective
পৰিশ্ৰম কৰা; পৰিশ্ৰমী
labouring
- দুখকৰAdjective
কষ্টকৰ; দুখ বা পীড়া জন্মোবা
causing pain or sorrow
- দুখজনকdukh.jo.nokProper Adj.
দুখ-কষ্টৰ সন্মুখীন হোৱা অৱস্থা; মনত দুখ দিব পৰা
causing or being a subject for grief or regret
- দুখজীবী
দুখত থকা; দুখেৰে জীয়াই থকা
living in distress or poverty
- দুখদায়কdukh.da.yokProper Adj.
যিটোৰপৰা কষ্ট অথবা দুখ পোৱা যায় ।
which causes pain or hardship.
- দুখনীয়াdukhanīẏāAdjective
দুখন বা দুতৰপ থকা; দুতৰপীয়া
having two folds or sheets
- দুখনীয়া কাছুটি পিন্ধ্dukhanīẏā, kāchuṭi, pindh
নঙঠা হৈ থকা বয়স এৰি চুৰিয়া, মেখেলা পিন্ধা বয়স পা
to be grown up; to attain the age when nudity is considered improper
- দুখপ্ৰদdu.kho.pro.doProper Adj.
যিটোৰপৰা কষ্ট অথবা দুখ পোৱা যায় ।
which causes pain or hardship.