← ফুৰি যাওক

দুখজীবী

অৰ্থ

1.

দুখত থকা; দুখেৰে জীয়াই থকা

living in distress or poverty

সমাৰ্থক শব্দ

2.

দুখ বা পৰিশ্ৰম কৰি জীবিকা উলিওবা

living by the labours of the hand

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ