← ফুৰি যাওকদুখdukhaঅৰ্থ1.বেদনাphysical painবি.সমাৰ্থক শব্দদুঃখ · duḥkha2.ধন-হীন অবস্হাpovertyবি.সমাৰ্থক শব্দদুঃখ · duḥkha3.মনৰ কষ্ট; বেজাৰsorrow; troubleবি.সমাৰ্থক শব্দদুঃখ · duḥkha4."দুখ" চোবাঁ।5.পৰিশ্ৰমlabourউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ