কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সমত্বপ্ৰাপ্তxo.mo.two.prap.toProper Adj.
বিভিন্ন অংশ (যন্ত্ৰ-পাতিৰ ক্ষেত্ৰত) অথবা সদস্য লগ লাগি একে লগ হোৱা |
Create by putting components or members together.
- সমথলsamathalaNoun
সমান ঠাই বা দেশ; ভৈয়াম; সমভূমি
level ground or country; plains
- সমদল
বান্ধ্, সমদল সাজ্ দল বান্ধি যা
to form a procession
- সমদলে, সমদল সাজিAdverb
জাকেৰে; জুম বান্ধি; যেনে-"ঘুনুচা নগৰ আজি: সমদলে যাইবো সাজি : নগৰক কৰিবো উজাৰ" (ঘুনুচা-কীৰ্ত্তন)
in a party or procession
- সমদূৰত্বxo.mo.du.rot.toProper Adj.
At a distances equal from a point of interest.
- সমদৃষ্টিxo.mo.dris.tiAbstract Noun
কাৰো পক্ষ নোলোৱাকৈ, সত্য, যুক্তি, ন্যায় আৰু সমানতাৰ দ্বাৰা নিৰ্দেশিত হ’ব পৰা গুণ
the ability or characteristic of being guided by truth, reason, justice, and fairness, without any bias
- সমদ্বিবাহুsamadbibāhuAdjective
দুটা সমান বাহু থকা (ত্ৰিভূজ)
having two equal sides; equilateral
- সমদৰ্শিতাxo.mo.dor.xi.taAbstract Noun
কাৰো পক্ষ নোলোৱাকৈ, সত্য, যুক্তি, ন্যায় আৰু সমানতাৰ দ্বাৰা নিৰ্দেশিত হ’ব পৰা গুণ
the ability or characteristic of being guided by truth, reason, justice, and fairness, without any bias
- সমদৰ্শীsamadarśīAdjective
সকলোকে সমান দেখা; অপক্ষপাতী; . বি. সমদৰ্শিতা; বি. সমদৱষ্টি সমভাব
impartial ; impartiality
- সমধিকsamadhikaAdjective
অনেক অধিক
very much; very many
- সমনিউট্ৰনীয়xo.mo.niu.tro.ni.yoAbstract Noun
ভিন্ন ভৰ ক্ৰমাংক বিশিষ্ট কিন্তু সমান সংখ্যক নিউট্ৰ্ন থকা পৰমাণুসমূহ ৷
atoms of different elements having same number of neutrons
- সমনীয়াsamanīẏāAdjective
একে বা সমান বয়সৰ বা শ্ৰেণীৰ
of an equal rank or age
- সমন্তয়
সমস্ত; যেনে-"দুৰ্ব্বাসনা হৰে সমন্তয়" (নামঘোষা)।
- সমন্ধsamandhaNoun
সম্বন্ধ।
- সমন্ধিsamandhi
অব্য, সম্বন্ধে; অনুকূলে; প্ৰতি; ফালে
in favour of; towards
- সমন্বিতxo.mon.nitVerbal Adj.
দুটা বা ততোধিক প্ৰক্ৰিয়া, মানুহ, বস্তু অথবা ঘটনাৰ মাজত সম্বন্ধ থকা|
Having a link between two or more systems, persons, objects, events etc.
- সমন্বিতেxo.mo.nwi.teConjuction
একেলগ হৈ; কোনো বিশেষ সম্পৰ্ক ৰাখি
accompanied by; in some particular relation to
- সমন্বয়samanbaẏaNoun
সম্বন্ধ; মিলন; যেনে-কাৰ্য্য-কাৰণৰ সমন্বয়
junction; connection; union
- সমন্বয় সংগীতxo.mo.nwoy xon.gitAbstract Noun
দুটা বা ততোকৈ অধিক সংগীতৰ প্ৰকাৰ লগ লগাই পৰীক্ষামূলক ভাবে সৃষ্টিকৰা এক নতুন প্ৰকাৰৰ সংগীত৷
an experimental music genre that combines, synthesizes two or more genres of music.
- সমন্বয় ৰাখ্xo.mon.noy rakhVerb-Trans.
একাধিক কাম নিয়াৰিকৈ কৰি/কৰাই নিয়া৷
To manage multiple activities so that they do not conflict with each other