← ফুৰি যাওক

সমন্বিত

xo.mon.nit

অৰ্থ

1.

দুটা বা ততোধিক প্ৰক্ৰিয়া, মানুহ, বস্তু অথবা ঘটনাৰ মাজত সম্বন্ধ থকা|

Having a link between two or more systems, persons, objects, events etc.

কৃদন্ত বিশেষণ

সমাৰ্থক শব্দ

2.

সৌহাদ্যপূৰ্ণ সম্পৰ্ক বা কাৰ্য্যৰ দ্বাৰা সংযুক্ত

combined in harmonious relation or action

কৃদন্ত বিশেষণ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সমন্বিত · অসমীয়া অভিধান