← ফুৰি যাওক

সমন্ধি

samandhi

অৰ্থ

1.

অব্য, সম্বন্ধে; অনুকূলে; প্ৰতি; ফালে

in favour of; towards

2.

পৰ্য্যন্ত; পৰিমিত; যেনে-"আজি সমন্ধি তেঁওৰ লগত দেখা শুনা হোবা নাই"

as far as up to

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সমন্ধি · অসমীয়া অভিধান