কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দু-আঁচলীয়াdu-ām̐calīẏāAdjective
দু-আষৰীয়া; দুতলীয়া।
- দু-আনিdu-āniNoun
দুই অনা মূল্যৰ মুদ্ৰা (সম্প্ৰতি এই মুদ্ৰা অচল)
a two anna piece
- দু-আষৰীয়াdu-āṣarīẏāAdjective
এবাৰ এক ৰকম আন বাৰ আন ৰকম কথা কোবা, দুতলীয়া।
- দুঃখduḥkhaNoun
বেদনা
physical pain
- দুঃখকাৰকduh.kho.ka.rokProper Adj.
দুখ-কষ্টৰ সন্মুখীন হোৱা অৱস্থা; মনত দুখ দিব পৰা
causing or being a subject for grief or regret
- দুঃখকৰAdjective
কষ্টকৰ; দুখ বা পীড়া জন্মোবা
causing pain or sorrow
- দুঃখগ্ৰস্তduh.kho.gros.toVerbal Adj.
বেদনাত কাতৰ বা পীড়িত
suffering from mental or emotional distress
- দুঃখজনকdukh.jo.nokProper Adj.
দুখ-কষ্টৰ সন্মুখীন হোৱা অৱস্থা; মনত দুখ দিব পৰা
causing or being a subject for grief or regret
- দুঃখজীবী
দুখত থকা; দুখেৰে জীয়াই থকা
living in distress or poverty
- দুঃখদায়কduh.kho.da.yakProper Adj.
দুখ-কষ্টৰ সন্মুখীন হোৱা অৱস্থা; মনত দুখ দিব পৰা
causing or being a subject for grief or regret
- দুঃখদায়ীduh.kho.da.yiProper Adj.
দুখ-কষ্টৰ সন্মুখীন হোৱা অৱস্থা; মনত দুখ দিব পৰা
causing or being a subject for grief or regret
- দুঃখপ্ৰদduh.kho.prodProper Adj.
দুখ-কষ্টৰ সন্মুখীন হোৱা অৱস্থা; মনত দুখ দিব পৰা
causing or being a subject for grief or regret
- দুঃখময়
দুখেৰে ভৰা
distressed; full of grief
- দুঃখান্তAbstract Noun
পাপৰ শাস্তিৰ পৰা নিবৃত্তি বা উদ্ধাৰ
Deliverance from the power or penalty of sin, redemption.
- দুঃখাৰ্তAdjective
বৰকৈ দুখ পোবা; কষ্টত পৰা
greatly afflicted
- দুঃখাৰ্ত্তAdjective
বৰকৈ দুখ পোবা; কষ্টত পৰা
greatly afflicted
- দুঃখিতFeminine; Adjective
দুখ-পোবা
pained; grieved
- দুঃখিত ভাৱেduh.khi.to bha.beAdverb
দুখ বা অসুখী মনেৰে কিবা কৰা
do sth with sorrow or unhappiness
- দুঃশলাduḥśalāNoun
দুৰ্য্যোধন ৰজাৰ ভনীয়েক; জয়দ্ৰখৰ ভাৰ্য্যা
the sister of King Duryodhana
- দুঃশাসনduḥśāsanaNoun
দুৰ্য্যোধনৰ এজন ভায়েক
a brother of King Duryodhana