দু-আষৰীয়া
du-āṣarīẏā
অৰ্থ
1.
এবাৰ এক ৰকম আন বাৰ আন ৰকম কথা কোবা, দুতলীয়া।
বিণ.
2.
কম কথা-যুক্ত; যেনে-দু-আষৰীয়া চিঠি।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
du-āṣarīẏā
এবাৰ এক ৰকম আন বাৰ আন ৰকম কথা কোবা, দুতলীয়া।
বিণ.
কম কথা-যুক্ত; যেনে-দু-আষৰীয়া চিঠি।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ