← ফুৰি যাওকদুঃখজীবীঅৰ্থ1.দুখত থকা; দুখেৰে জীয়াই থকাliving in distress or povertyসমাৰ্থক শব্দদুখজীবী2.দুখ বা পৰিশ্ৰম কৰি জীবিকা উলিওবাliving by the labours of the handসমাৰ্থক শব্দদুখজীবীউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ