কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চাহ দিcāha, di
সহায় কৰ্; জোৰা মাৰ্; অঁটা; অভাব দূৰ কৰ; যেনে-"শালি খেতি ভাল নোহোবাত, এইবাৰ আহু কেইডৰাই বৰ চাহ দিলে"
to remove want or deficiency
- চাহ পা
সহায় পা; অভাবৰপৰা মুক্ত হ; যেনে-"এইবাৰ খাবলৈ নোহোবাত, আহু কেউডৰা ৰুই বৰ চাহ পালোঁ"
to received help; to be enabled to be out of want or deficiency
- চাহ বাগানsah ba.ganMaterial Noun
বহুত চাহ গছৰ খেতি থকা ঠাই৷
A garden full of tea plantation and meant for cultivation.
- চাহ বাগিছাsah ba.gi.saMaterial Noun
বহুত চাহ গছৰ খেতি থকা ঠাই৷
A garden full of tea plantation and meant for cultivation.
- চাহ বাৰীsah ba.riMaterial Noun
বহুত চাহ গছৰ খেতি থকা ঠাই৷
A garden full of tea plantation and meant for cultivation.
- চাহ মাৰ্
চাহ-পাত ছিঙি আনি মাৰি আৰু শুকাই তাক খোবাৰ উপযুক্ত কৰ্
to manufacture tea for drink
- চাহ-এৰা দিcāha-erā, di
অনাদৰ কৰি পাছত একেবাৰে এৰি পেলা বা পৰিত্যাগ কৰ্
to neglect and give up gradually
- চাহ-ঘৰNoun
চাহ-পাত তৈয়াৰ কৰা ঘৰ
a tea house
- চাহ-বাগিচা
বহুত চাহ গছৰ খেতি থকা ঠাই
land covered with tea bushes; a tea garden
- চাহগছCommon Noun
an evergreen shrub that provides us with black, white, yellow, and green tea.
- চাহচামুচsah.sa.musMaterial Noun
চাহ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা এবিধ সৰু বাচন
small spoon used for making tea
- চাহনcāhanaNoun
দেখ কাৰ্য; যেনে-"গজ ৰাজী ৰথঃ চানিলেক পথঃ চাহন তাক নযাই" (ৰুক্মিণী-হৰণ)
the act of looking at a thing
- চাহনি
বহুত চাহ গছৰ খেতি থকা ঠাই
land covered with tea bushes; a tea garden
- চাহনি চহোবা মাটি
হাল কোৰ বাই যুগুত কৰা মাটি
land made ready for cultivation by tilling
- চাহপাতsah.patMaterial Noun
চাহ গছৰ পাত৷ এই পাত শুকুৱাই পানী বা গাখীৰত লগত গৰম কৰি ’চাহ’ পানীয় তৈয়াৰ কৰা হয়৷
leaves of a tropical plant used to make a refreshing drink.
- চাহপানীsah.pa.niMaterial Noun
উতলা পানীত চাহগছৰ শুকান পাতৰ গুৰি তিয়াই প্ৰস্তুত কৰা আৰু গৰম বা ঠাণ্ডা অৱস্থাত পৰিৱেশন কৰা এবিধ দেহাক সজীৱতা প্ৰদান কৰিব পৰা পানীয়
a refreshing drink served cold or hot, prepared from a liquor extracted by infusing the dried leaves of tea plant in boiling water.
- চাহাবcāhābaNoun
মান্যলোক; ঈশ্বৰ; গৰাকী
a gentleman, master
- চাহাবিয়ানাcāhābiẏānāNoun
ইউৰোপীয়ৰ নিচিনা আচৰণ।
- চাহাবীsa.ha.biProper Adj.
ইউৰোপীয় লোক বা চাহাবৰ দৰে, যেনেঃ চাহাবী কায়দা, চাহাবী ঢং
resembling an European
- চাহিcāhi
অপেক্ষা; -কৈ; যেনে-"তাত চাহি মম প্ৰিয় এনুবা ভকত" (মিশ্ৰ-গীতা)
than