← ফুৰি যাওক

চাহন

cāhana

অৰ্থ

1.

দেখ কাৰ্য; যেনে-"গজ ৰাজী ৰথঃ চানিলেক পথঃ চাহন তাক নযাই" (ৰুক্মিণী-হৰণ)

the act of looking at a thing

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চাহন · অসমীয়া অভিধান