← ফুৰি যাওক

চাহ দি

cāha, di

অৰ্থ

1.

সহায় কৰ্; জোৰা মাৰ্; অঁটা; অভাব দূৰ কৰ; যেনে-"শালি খেতি ভাল নোহোবাত, এইবাৰ আহু কেইডৰাই বৰ চাহ দিলে"

to remove want or deficiency

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চাহ দি · অসমীয়া অভিধান