কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দীপ-লিপAdjective
দীপ্তিযুক্ত; উজ্জ্বল; বৰ সুন্দৰ
bright; shining; very beautiful
- দীপ-শলা
দীপ-কাঠী।
- দীপকAdjective
উত্তেজক; বি. উদ্গনি বা প্ৰবৱত্তি বঢ়োবা
exciting
- দীপকdīpakaNoun
এক প্ৰকাৰ ৰাগ; ; চাকি
a kind of raga ; lamp
- দীপখেব
চাকিৰ শলিতা; শলা-কানি; যেনে-"আমাৰ বংশৰ বাপ তুমি দীপখেব" (মা. ক., লঙ্কাকাণ্ড)
a lamp wick
- দীপন অভিবাহdi.pon abhi.bahAbstract Noun
কোনো উৎসৰ পৰা প্ৰতি ছেকেণ্ডত নিৰ্গত পোহৰৰ পৰিমাণ ৷
Amount of light coming out from a source per unit second.
- দীপন প্ৰাবল্যdi.pon pra.bol.yaAbstract Noun
কোনো উৎসৰ পৰা প্ৰতি ছেকেণ্ডত প্ৰতি একক ঘন কোণৰ পৰা নিৰ্গত পোহৰৰ পৰিমাণ ৷
Light coming out from a source per second per unit solid angle.
- দীপন্তম্ভdīpantambhaNoun
পোহৰ-বিকীৰণৰ উদ্দেশ্যেৰে সজা স্তম্ভ বা ওখ ঘৰ
lighthouse
- দীপমালা
শাৰী পাতি জলোবা চাকিৰ সমূহ
a long row of lamps
- দীপস্তম্ভMaterial Noun
সাগৰৰ পাৰত থকা এটা অতি ওখ স্তম্ভ৷ ইয়াৰ পৰা পঠিওৱা উজ্বল পোহৰৰ সহায়েৰে জাহাজ আদিক দিগদৰ্শন কৰা হয়৷
a very tall tower or similar building with a flashing light to warn and guide ships at sea.
- দীপাংকৰAbstract Noun
পোহৰ দিওঁতা
that gives light
- দীপাধাৰdīpādhāraNoun
গছা; চাকি থোবা সঁজুলি
a candle- stick; candle-stand
- দীপান্বিতাdīpānbitāNoun
আহিন বা কাতিৰ অমাবস্যাত (কালীপূজাৰ দিনা) ঘৰৰ পদুলিত বহুত চাকি লগোবা উৎসব
the festival of illuminating the houses in the month of Āhin or Kāti to please the goddess of wealth
- দীপাবলী
দীপান্বিতা।
- দীপামণিAbstract Noun
প্ৰদীপৰ দৰে উজ্বল মণি
bright pearl like the light
- দীপালীdīpālīNoun
আহিন বা কাতিৰ অমাবস্যাত (কালীপূজাৰ দিনা) ঘৰৰ পদুলিত বহুত চাকি লগোবা উৎসব
the festival of illuminating the houses in the month of Āhin or Kāti to please the goddess of wealth
- দীপাৱলীdi.pa.bo.liProper Noun
আহিন বা কাতি মাহৰ অমাৱস্যা তিথিত ঘৰ আৰু পদূলিত বহুত চাকি লগাই পতা উৎসৱ ।
Hindu festival celebrating the end of the monsoon; held in October/November of english calendar and either in Aahin or Kati month of Assamese calendar, celebrations feature lights, lamps and sometimes fireworks.
- দীপিকাdīpikāNoun
সৰু চাকি; ; জোনাক
a light; torch ; moonlight
- দীপিতিdīpitiNoun
পোহৰ।
- দীপ্তdīptaAdjective
জলি থকা, জিলিকি থকা
shining; burning