← ফুৰি যাওক

দীপন প্ৰাবল্য

di.pon pra.bol.ya

অৰ্থ

1.

কোনো উৎসৰ পৰা প্ৰতি ছেকেণ্ডত প্ৰতি একক ঘন কোণৰ পৰা নিৰ্গত পোহৰৰ পৰিমাণ ৷

Light coming out from a source per second per unit solid angle.

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দীপন প্ৰাবল্য · অসমীয়া অভিধান