← ফুৰি যাওক

দীপখেব

অৰ্থ

1.

চাকিৰ শলিতা; শলা-কানি; যেনে-"আমাৰ বংশৰ বাপ তুমি দীপখেব" (মা. ক., লঙ্কাকাণ্ড)

a lamp wick

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দীপখেব · অসমীয়া অভিধান