কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চাম্ৰাcāmrāNoun
কিতাপ আদিৰ ওপৰত লগোবা ঢাকনি
a cover
- চামৰcāmaraNoun
চোঁবৰ; মাখি-খেদোবা চুঁবৰী পহুৰ নেজৰ নোমৰ শোটা
a whisk made of the tail hair of the yak
- চামৰাsam.raMaterial Noun
নোমবোৰ আঁতৰোৱাৰ পাছত জন্তুৰ শুকান ছাল
An dried animal skin with the fur removed.
- চালcāla
the roof of a house
- চাল কুঁৱৰীsal ku~.wo.riCommon Noun
চাল কুঁৱৰী সাধাৰণতে শুকান আৰু উষ্ণ অঞ্চলত জন্মা কেকটাচ জাতীয় এবিধ ঔষধি গছ। যিকোনো ধৰণৰ টাব অথবা মাটিৰ পাত্ৰত ই সহজে হয়।
A species of succulent plants of the Aloe family known to have medicinal values
- চাল কোমোৰাsal ko`.mo`.raCommon Noun
অতি ডাঙৰ আকাৰৰ ফল ধৰা, পাচলি হিছাপে ব্যৱহাৰ কৰা এবিধ লতা জাতীয় উদ্ভিদ আৰু তাৰ ফল।
a vine grown for its very large fruit, eaten as a vegetable.
- চাল তামোলsal ta.mo`lCommon Noun
তামোলৰ এটা বনৰীয়া উপজাতি; ইয়াৰ গুটিবোৰ সৰু আৰু বাকলিটো ৰঙা হয় ।
A species of wild areca nut.
- চাল-কুঁবৰীcāla-kum̐barīNoun
ঘৱত-কুমাৰী; চৰুত ৰুই চালত থোবা এবিধ মাটিকঁঠালৰ গছৰ নিচিনা গছ [তাৰ পাত বাটি মূৰত ভৰণ দিয়ে।]
the Indian aloe; Aloe vera
- চাল-কোমোৰাcāla-komorāNoun
ঘৰৰ চালত বগাবলৈ দিয়া কোমোৰা।
- চাল-চলনsal-so.lonAbstract Noun
এজনে আনজনৰ সৈতে কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়া।
the manner one treats another person.
- চাল-তামোলcāla-tāmolaNoun
মামৈ-তামোল।
- চাল-বাৰ কোবাcāla-bāra, kobā
ঠিক কথা নকৈ ষিহকে পায় তিহকে ক; ঠিকমতে নচলি যেনিয়ে তেনিয়ে যা
to ramble
- চাল-বেৰ কোবাsal-ber ko`.baVerb-Intran.
ঠিক কথা নকৈ যিহকে পায় তিহকে ক ।
To talk or write in a discursive, aimless way.
- চাল-সিওঁতাsal-xio~.taCommon Noun
বৃত্তিগতভাৱে জোতা চিলাই কৰা লোক৷
A person who mends shoes professionally.
- চালকcālakaNoun
যি চলায়; নেতা
driver; leader
- চালকবিহীন গাড়ীsa.lok.bi.hin ga.riMaterial Noun
এক নতুন প্ৰযুক্তি য’ত এটা কৃত্ৰিম বুদ্ধিমত্তা থকা পৰিকলন যন্ত্ৰই কেমেৰা,ৰাডাৰ আদি বিভিন্ন সংবেদকৰ সহায়ত মানুহৰ সহায় নোবোৱাকৈ এখন গাড়ী চলাব পাৰে৷
A new technology where a car is driven by a computer with artificial intelligence and a number of sensors like camera, radar etc.
- চালগোমcālagomaNoun
গুৰিত আলু বঢ়া এবিধ বিদেশী পাচলি
the turnip; Brassica rapa
- চালগোমাকৃতিAbstract Noun
শীৰ্ষৰফালে ঘূৰণীয়া আৰু তলৰফালে জোঙা আকৃতি; চালগোমৰ দৰে
round at the top and tapering sharply below; turnip-shaped
- চালনাcālanāNoun
সঞ্চালন; লৰচৰ; লৰোবা বা জোকৰা কাৰ্য
the act of moving or shaking
- চালনাজ্ঞানsa.lo.na.gyanAbstract Noun
কম্পিউটাৰৰ যন্ত্ৰপাতিক ব্যৱহাৰযোগ্য কৰিবৰ বাবে প্ৰয়োজনীয় নিৰ্দেশৰ সমষ্টি
the programs, routines, and symbolic languages that control the functioning of the hardware and direct its operation.