← ফুৰি যাওক

চাল-কুঁবৰী

cāla-kum̐barī

অৰ্থ

1.

ঘৱত-কুমাৰী; চৰুত ৰুই চালত থোবা এবিধ মাটিকঁঠালৰ গছৰ নিচিনা গছ [তাৰ পাত বাটি মূৰত ভৰণ দিয়ে।]

the Indian aloe; Aloe vera

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চাল-কুঁবৰী · অসমীয়া অভিধান