← ফুৰি যাওক

চাল

cāla

অৰ্থ

1.

the roof of a house

2.

কোনো বস্ত্তৰ ওপৰৰ আচ্ছাদন বা ঢাকনি; যেনে-"আঁঠুবাৰ চাল"

the upper covering of anything

3.

চালনী লৰাই ঘুৰাই ভাল-বেয়া বা ডাঙৰ-সৰু ভাগ বেলেগ কৰ্

to sift

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চাল · অসমীয়া অভিধান