কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লগতেlagateAdverb
বেগাই; শীঘ্ৰে; চাই থাকোঁতেই
quickly; presently
- লগনlaganaNoun
উপযুক্ত সময়; লগ্ন
proper time
- লগনিlaganiNoun
প্ৰথমে জুই লগোবা শুকান খৰি
fuel for kindling fire in the beginning
- লগনিয়াৰlaganiẏāraNoun
টুটকীয়া; লগনীয়া বা অপৰৰ কথা লগোবা বা দোষাৰোপ কৰা লোক
a back-biter
- লগনীlaganīNoun
প্ৰথমে জুই লগোবা শুকান খৰি
fuel for kindling fire in the beginning
- লগনী-খৰিlaganī-khariNoun
প্ৰথমে জুই লগোবা শুকান খৰি
fuel for kindling fire in the beginning
- লগনীয়াlo.go.niyaProper Adj.
আগত নথকা মানুহৰ অহিতে কথা কোৱা ।
one who talks spitefully about a person who is not present
- লগনীয়া কথাlo.go.niya ko.thaVerbal Noun
লোকৰ অহিত চিন্তা কৰি অইন মানুহৰ আগত লগাই কোৱা কথা ।
Spiteful talk about a person who is not present.
- লগনীয়া-ভগনীয়াlo.go.ni.ya-bho.go.ni.yaProper Adj.
আগত নথকা মানুহৰ অহিতে কথা কোৱা ।
one who talks spitefully about a person who is not present
- লগনীয়াঁlaganīẏām̐Noun
"টুটকীয়া" চোবাঁ।
- লগনেৰাlog.ne.raVerbal Adj.
অনৰবৰতে লগত থকা, লগ এৰিবলৈ টানপোৱা (শিশু)৷
especially a child who always wants to be accompanied by somebody close to him/her and who finds it difficult to be alone.
- লগাlagāNoun
জামিন হোবা মানুহ
a security
- লগা লগিlagā, lagiAdjective
এটাৰ গাত আনটো লাগি থকা; নিচেও ওচৰা- উচৰিকৈ থকা
contiguous
- লগা-ভগাlagā-bhagāNoun
অলপ সম্বন্ধ লাগে, অলপ নেলাগে এনেকুবা মানুহ; অলপ সম্বন্ধ থকা বা মিতিৰ লগা লোক
a kinsman; a distant relation
- লগাই-ভঙাইlagāi-bhaṅāiAdverb
লগনীয়া কথা কৈ
backbiting
- লগালগিlo.ga-lo.giProper Adj.
one in contact with another
- লগিlagiNoun
তিৰীৰ গৰ্ভত সন্তানক আবৰি থকা আৰু প্ৰসবৰ পাছত বাজ হোবা লপ্থপীয়া মঙহৰ সোপা; পাছশূল
the placenta or after birth
- লগীlagīNoun
চৰি; নাও চলোবা দীঘল বাঁহ।
- লগীয়াlagīẏāAdjective
প্ৰয়োজনীয়; উচিত (ধাতুৰ পাছত থাকে); যেনে-"যাব লগীয়া"
necessary; fit
- লগুণlaguṇaNoun
"যজ্ঞসূত্ৰ" চোবাঁ।