লগা
lagā
অৰ্থ
জামিন হোবা মানুহ
a security
বি.
সংযোগ কৰ্; মিলা (খুটা আদি)
to join
সক. ধা.
নিযুক্ত কৰ্; স্হাপিত কৰ্
to engage; to fix
সক. ধা.
গুটি ধৰা
to cause to bear fruit
সক. ধা.
টুটকীয়া কথা ক
to backbite; to defame one who is absent
সক. ধা.
নৈৰ দাঁতিত বান্ধ্ বা স্হিতি কৰ্
to make fast, as a boat near the bank of a river
সক. ধা.
জুই জলা
to kindle
সক. ধা.
কৰিবলৈ ধৰ্; আৰম্ভ কৰ্ (সজা, বোবা, গোবা আদি)
to commence; to lead
সক. ধা.
বস্ত্তৰ মূল্য-স্বৰূপে আগধন দি; যেনে-"ধানলৈ ধন লগাইছে"
to advance, as the price of any article
সক. ধা.
ঘটোবা; যেনে-"দন্দ লগালে"
to cause to happen
সক. ধা.
কোনো উদ্দেশ্যে ব্যবহাৰ কৰ্; যেনে-"কলথোকা ভকতত লগা; ঘৰত কাঠৰ খুটা লগা"
to use for a purpose
সক. ধা.
আকৰ্ষণ কৰ্; আসক্তি জন্মা; যেন "তাই গৰাকী লগাইছে"; . কৱদ
to attract; to draw attention
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ