লগা লগি
lagā, lagi
অৰ্থ
1.
এটাৰ গাত আনটো লাগি থকা; নিচেও ওচৰা- উচৰিকৈ থকা
contiguous
বিণ.
2.
নিচেই ওচৰা-উচৰিকৈ থকা অবস্হা; ছোবা-ছুই
contiguity
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
lagā, lagi
এটাৰ গাত আনটো লাগি থকা; নিচেও ওচৰা- উচৰিকৈ থকা
contiguous
বিণ.
নিচেই ওচৰা-উচৰিকৈ থকা অবস্হা; ছোবা-ছুই
contiguity
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ