কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফন্দ্phandIntransitive verb
কঁপ্; লৰ্ (চকু বা মঙহ)
to throb, as the eye or muscles
- ফন’লাইটNoun
ফন’লাইট
ফন’লাইট
- ফপহুতাphapahutāAdjective
মিহি বা নিকা নোহোবা; জাবৰেৰে মিহলি
unclean; coarse
- ফপুবাphapubāAdjective
পুৰণি হৈ অকামিলা হোবা
old and inefficacious
- ফপুৱাpho.pu.waProper Adj.
পুৰণি হোৱা বাবে অকামিলা হৈ পৰা
unusable due to being old
- ফপৰাphaparāAdjective
ফাপৰে ধৰা
scurfy; scabby
- ফপৰীয়াphaparīẏāAdjective
ফাপৰে ধৰা
scurfy; scabby
- ফপৰুৱাpho.po.ru.waProper Adj.
চালৰ বেমাৰ হৈ নোম সৰি যোৱা|
characterized by any skin disease caused by parasitic mites affecting animals and sometimes humans and characterized by loss of hair and scabby eruptions.
- ফলphalaNoun
গছৰ গুটি
fruit
- ফল দেphol deVerb-Intran.
কোনো কাৰ্য্য বা পৰিস্থিতিৰ প্ৰভাৱত দেখা দে, আবিৰ্ভাৱ হ বা গতি কৰ্
to spring, arise, or proceed as a consequence of actions, circumstances, premises,
- ফল ধাৰণ কৰphol dha.ron korVerb-Intran.
গছত ফল হ৷
(of a tree or plant)to bear, produce fruits.
- ফল ধৰphol dhorVerb-Intran.
গছত ফল হ৷
(of a tree or plant)to bear, produce fruits.
- ফল ফলphol pholVerb-Intran.
গছত ফল হ৷
(of a tree or plant)to bear, produce fruits.
- ফল বিক্ৰেতাfol bi.kre.taCommon Noun
ফল বেছা লোক৷
a fruit seller.
- ফল লাগphol lagVerb-Intran.
গছত ফল হ৷
(of a tree or plant)to bear, produce fruits.
- ফল- কামনাNoun
কোনো কাৰ্য্যৰ ফল পাবলৈ কৰা বাঞ্ছা
the desire to gain an object
- ফল-স্বৰূপেphol-swo.ru.peAdverb
উক্ত কাৰণত
for that reason, in consequence
- ফলংphalamNoun
মুকলি-হাকলি।
- ফলংলংphalaṃlamAdjective
মুকলি; আঁৰ নথকা
open; exposed
- ফলংলঙীয়াphalaṃlaṅīẏāAdjective
মুকলি; আঁৰ নথকা
open; exposed