← ফুৰি যাওক

ফল

phala

অৰ্থ

1.

গছৰ গুটি

fruit

বি.

2.

কোনো কাৰ্য্যৰ পৰিণাম

result; consequence

বি.

3.

সিদ্ধি; লাভ

success; attainment of an object

বি.

4.

অঙ্কৰ উত্তৰ

the result of a mathematical sum

বি.

5.

উৎপন্ন হ; মনত উদয় হ

to bear fruit; to occur

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফল · অসমীয়া অভিধান