← ফুৰি যাওক

ফন্দ্

phand

অৰ্থ

1.

কঁপ্; লৰ্ (চকু বা মঙহ)

to throb, as the eye or muscles

অক. ধা.

2.

ফান্দত পৰ্; আবদ্ধ হ; যেনে-'ফন্দিলো মায়াৰ পাশেঃ কাল-ব্যাধে ধায়া আসে" (বৰগীত)

to be entangled

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফন্দ্ · অসমীয়া অভিধান