অ
a
অৰ্থ
1.
বৰ্ণমালাৰ দি খব। অভাৰ, বিপৰীত, বেয়া, নীহ দি অৰ্থে নঞ্ তৎপুৰুষ-সমাসষ ন-ব ঠাইত ব্যঞ্জনাদি শব্দৰ গত 'অ' ক স্ববাদি শব্দষ গত 'অন্' হয়। যেনে,-ম + মিল = অমিল, সেইদৰে অসমান, অকৰ্স্ম, অৰম্ভ। অনক্ষৰ, অনজ্ঞ ইত্যাদি।
The first letter of the Assamese alphabet. Placed before a word, it signifies negation, want, etc., and is equivalent to un-, in-, dis-, etc
2.
সম্বোধনত ব্যবহাৰ কৰা হয়, হেৰ, হেৰা, হেৰ; যেনে-অ হৰি
a vocative interjection
অব্য.
3.
চৰিত ভাব প্ৰকাশ কৰাত ব্যবহাৰ কৰা হয়; যেনে-অ, তই দেখোন সৰ্ব্বনাশ কৰিলি!
an interjection expressing surprise, etc
অব্য.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ