কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খেম্টাkhemṭāNoun
হিন্দুস্হানী গানৰ তাল বা সুৰ-বিশেষ
a kind of musical time or mode
- খেম্তা তালkhem.ta talAbstract Noun
হিন্দুস্তানী সংগীতৰ তাল-বিশেষ৷
One of the `taal` or tune of Indian music
- খেলkhelaIntransitive verb
ধেমালি কৰ্
to play
- খেল ওলোবা
মৰিবৰ সময়ত ধেলপোঙা দিয়া।
- খেল-ধেমালিkhel-dhe.ma.liAbstract Noun
আমোদ আৰু শাৰীৰিক সুস্থতাৰ বাবে সাধাৰণতে দুই দলৰ মাজত অনুষ্ঠিত দৈহিক ক্ৰীড়া৷
a physical activility often between two parties engaged for entertainment and fitness.
- খেল-নাওkhel-nauMaterial Noun
পানীত ধেমালি কৰা নাও৷
a boat for pleasure voyage.
- খেল-মাটিkhela-māṭiNoun
নানা ৰকমৰ খেলা কৰিবৰ কাৰণে যুগুত কাৰ ৰখা ঠাই
a play-ground
- খেলনাkhelanāNoun
পুতলা
toy. -rushing
- খেলপথাৰkhel.po.tharMaterial Noun
খেলিবৰ বাবে ব্যৱহাৰ কৰা মুকলি পথাৰ৷
An open area specifically used for holding outdoor games
- খেলমেলAbstract Noun
কোনো শৃংখলা নথকা; খেলি-মেলিকৈ থকা অৱস্থা।
lack of discipline or order.
- খেলাkhelāNoun
ক্ৰীড়া; ধেমালি; ৰং
play; pastime; sport; game
- খেলা বস্তুkhe.la bos.tuMaterial Noun
সৰু ল’ৰা-ছোৱালীয়ে খেলিবলৈ ব্যৱহাৰ কৰা কোনো বস্তু৷
any item used for playing with, especially by small kids.
- খেলা বেটkhe.la betMaterial Noun
ক্ৰিকেটৰ দৰে খেলত বলটো কোবাবলৈ ব্যৱহাৰ কৰা সঁজুলি
a tool used to hit a ball in games like cricket.
- খেলাধূলাkhe.la.dhu.laAbstract Noun
আমোদ আৰু শাৰীৰিক সুস্থতাৰ বাবে সাধাৰণতে দুই দলৰ মাজত অনুষ্ঠিত দৈহিক ক্ৰীড়া৷
a physical activility often between two parties engaged for entertainment and fitness.
- খেলি-মেলিkheli-meliNoun
বিশৱঙ্খল; সান-মিহলি
disorder; confusion
- খেলিমেলিkhe.li.me.liAbstract Noun
টানত পৰি বিতত বা বিবুদ্ধি অৱস্থা।
Impaired orientation with respect to time, place, or person; a disturbed mental state
- খেলিমেলি কৰ্khe.li.me.li korVerb-Trans.
সকলো বেমেজালিপূৰ্ণ বা শৃংখলাহীন কৰি পেলা।
make all things haphazard; bring disorderliness; create a chaotic atmosphere.
- খেলিমেলি লাগkhe.li.me.li lagVerb-Intran.
সময়, স্থান বা ব্যক্তি সাপেক্ষে খেলি-মেলি লাগ৷
Become impaired orientation with respect to time, place, or person; a disturbed mental state
- খেলিমেলিকৈke.li.me.li.koiVerbal Adj.
কোনো শৃংখলা নোহোৱাকৈ।
in a disorderly manner.
- খেলুবাkhelubāNoun
কোনো এক খেলৰ বা শ্ৰেণীৰ ভিতৰৰ মানুহ
a person belonging to a certain class or guild