← ফুৰি যাওক

খেল

khela

অৰ্থ

1.

ধেমালি কৰ্

to play

অক. ধা.

2.

যাৰ দ্বাৰা বা যাক ব্যবহাৰ কৰি ধেমালি কৰা যায়; ধেমালিৰ উপায়; ধেমালিৰ ক্ৰীড়া

a game; a sport; a playful exercise

বি.

3.

তিৰোতাৰ সৈতে গুপুতে কৰা প্ৰীতি

an intrigue or private love-affair

বি.

4.

লৰচৰ কৰ্; সঞ্চালিত কৰ্

to move or blow, as wind

অক. ধা.

5.

এক ধৰ্ম্মত প্ৰবৰ্ত্তা আৰু একে লগে খোবা-লোবা কৰা মানুহৰ সমাজ

a clan or religious fraternity

বি.

6.

বেলেগ বেলেগ বৱত্তি বা কামৰ কাৰণে ৰজাই ভাগ কৰা মানুহৰ শ্ৰেণী

a division of people made by the Ahom kings for specific profession or work

বি.

7.

খোবা-লোবাৰ ব্যবহাৰ; চলন; যেনে-"সিহঁতৰ লগত আমাৰ খেল নাই"

social intercourse

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খেল · অসমীয়া অভিধান