কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সফলকাম হxo.phol.kam hoVerb-Intran.
আশা কৰা মতে ঘট্ বা শেষ হ; প্ৰচেষ্টা কৰা বা বিছৰাটো অৰ্জন কৰ্
to happen or terminate according to desire; to accomplish what is attempted or intended
- সফলতাxo.pho.lo.taAbstract Noun
নিজৰ সামৰ্থ্য, প্ৰচেষ্টা আৰু সাহস আদিৰ জৰিয়তে কৰা অৰ্জন।
something accomplished, esp. by superior ability, special effort, great courage, etc.
- সফুঁৰিআমxo.phu~.ri amCommon Noun
চিডিয়াম, বিশেষকৈ চিডিয়াম গুৱাজাভা প্ৰজাতিৰ বগা ফুল আৰু খাব পৰা ফল ধৰা এবিধ গছ
Any of various tropical American shrubs and trees of the genus Psidium, especially P. guajava, having white flowers and edible fruit.
- সফুঁৰিকঠালxo.phu~.ri.ko.thalCommon Noun
গ্ৰীষ্মপ্ৰধান অঞ্চলত হোৱা, দীঘলীয়া তৰোৱাল-সদৃশ কাঁইটীয়া পাতৰ আৰু ডাঙৰ, মঙহাল, সুস্বাদু ফল ধৰা এবিধ গছ অথবা তাৰ ফল৷
A tropical plant or its fruit having large swordlike leaves and a large, fleshy, edible, multiple fruit with a terminal tuft of leaves.
- সবsabaAdjective
সকলো
all
- সবংশেsabaṃśeAdverb
পৰিয়াল বা বংশে সৈতে; জ্ঞাতি-কুটুমে সৈতে
with family and kinsmen or race
- সবকহোsabakaho
সৰ্ব্ব; সবাকো; সকলোকে
all
- সবলsabalaAdjective
বলী; বল থকা (মনুহ); . সাৰুবা (মাটি)
strong ; fertile
- সবলচেতাxo.bol.se.taProper Adj.
উদ্দেশ্যৰ ক্ষেত্ৰত কঠোৰতা বা স্থিৰতা দেখুওৱা
Showing determination or firmness of purpose
- সবলতৰ কৰ্xo.bo.lo.tor korVerb-Trans.
নিজক বা আনক আগতকৈ বেছি সবল, শক্তিশালী বা জোৰী কৰা।
to become stronger or to make somebody else stronger.
- সবলতৰ হxo.bo.lo.tor hoVerb-Trans.
নিজক বা আনক আগতকৈ বেছি সবল, শক্তিশালী বা জোৰী কৰা।
to become stronger or to make somebody else stronger.
- সবলীকৰণxo.bo.li.ko.ronVerbal Noun
ক্ষমতা বা অধিকাৰ প্ৰদান কৰা, বিশেষকৈ আইনসঙ্গতভাৱে; যেনে: মহিলাৰ সবলীকৰণ
to give power or authority to, especially by legal or official means, such as empowerment of women
- সবলীকৰণ কৰ্Verb-Trans.
কাৰবাক বা কিহবাক শক্তি প্ৰদান কৰ্
to give power to somebody or someone.
- সবহsabahaAdjective
অনেক; অধিক; বহুত, বিস্তৰ; . ক্ৰি. বিণ. সৰহকৈ। সৰহীয়া বিণ. অধিক; বেছি; বহুত; সৰহকৈ খকা; . ক্ৰি. বিণ. সৰহীয়াকৈ।
many; much; abundant ; much; many; numerous; consisting of a large number
- সবহুৰাsabahurāAdjective
সবাহ-সম্পৰ্কীয়; সবাহত দিয়া বা ব্যবহাৰ কৰা
relating to or used at a public worship
- সবাক-চিত্ৰxo.bak-sit.roAbstract Noun
ভিডিও কেমেৰাৰে বাণীৱদ্ধ কৰা এক নাটক
a drama captured by video camera
- সবাকোsabākoPronoun
সমস্তকে; সকলোকে
all
- সবাতজীৱিProper Adj.
অক্সিজেনৰ উপস্থিতি অপৰিহাৰ্য হোৱা জীৱন আৰু প্ৰক্ৰিয়া সমূহ
life and processes in which the process of oxygen is essential.
- সবাতোকৈxo.ba.to`.koiAdjective Adj.
বহুবোৰৰ ভিতৰত; যেনেঃ আটাইতকৈ কম/বেছি
out of many or several
- সবাতোতকৈAdjective Adj.
বহুবোৰৰ ভিতৰত; যেনেঃ আটাইতকৈ কম/বেছি
out of many or several