সবল
sabala
অৰ্থ
1.
বলী; বল থকা (মনুহ); . সাৰুবা (মাটি)
strong ; fertile
বিণ.
2.
সকলো। আটাইবিলাক; যেনে-"সয়ল গোপিনী ধৰে জীব" (বৰগীত)।
বিণ.
3.
বেজীৰ আকৱতিৰ গোটা দীঘলীয়া পাতেৰে এজাতি ওখ পোলোঙা পৰ্ব্বতীয়া গছ; ; বিণ. পোন; বেঁকা নোহোবা
pine-tree ; straight
বি.
4.
পোনপটীয়া; হোজা; অকপটীয়া; উদাৰ; সত্-স্বভাবী; ; স্ত্ৰী. সৰলা; বি. সবলতা।
straight-forward; sincere; liberal; honest
বি.
5.
অঙ্ক বি. মিশ্ৰ ভগ্নাংশক ভাঙি এটা ৰাশিলৈ অনা অঙ্ক
a simplification
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ