কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খেনিkheniNoun
ইতিকিং; পৰিহাস; বিদ্ৰুপ
a joke; a jest; a taunt
- খেনেমেনোAbstract Noun
কোনো শৃংখলা নথকা; খেলি-মেলিকৈ থকা অৱস্থা।
lack of discipline or order.
- খেনোkhenoPronoun
কোনো
some
- খেনো-মেনোkheno-menoNoun
খেলি-মেলি।
- খেপkhepaNoun
কপট; অন্তৰত থকা খং
secret; ill-will
- খেপা-খেপি
কপটা-কপটি; পৰস্পৰে অন্তৰত খং বা হিংসা কৰা কাৰ্য্য
act of cherishing ill-will against each other
- খেপিয়াkhepiẏāTransitive verb
সেপিয়া; খপিয়া
to grope; to feel with the hand
- খেপে খেপেkhepe, khepeNoun
বাৰে বাৰে; খেপে পতি; প্ৰতি খেপত
on each occasion; on each trading expedition
- খেপ্khepTransitive verb
সময় কটা; কাল নিয়া
to pass away time
- খেবkhebaNoun
খেও; পানীত জাল মাৰি বা পেলাই আকৌ তুলি অনা কাৰ্য্য; যেনে-"জাল এখেব মাৰ্"
act of casting and drawing a fish-net
- খেব দেkheb deVerb-Intran.
সিপাৰলৈ যাবৰ উদ্দেশ্যে নাও চলাবলৈ আৰম্ভ কৰ্
to let a boat start to cross over to the other bank
- খেবনি মাৰ্khebani, mārIntransitive verb
কাপোৰত ফুল বাচোঁতে গুণা বা আঁচুৰ মাজে মাজে গা-সূতা এমোৰ মাৰ্; বিণ. খেবনি মৰা।
- খেবাNoun
নাবেৰে নৈত পাৰ হোবা কাৰ্য্য; যেনে-"বহল নৈত দিনটোত দুখেবাহে দিব পাৰি"
act of crossing a river, etc., by boat
- খেবা দেkhe.ba deVerb-Intran.
সিপাৰলৈ যাবৰ উদ্দেশ্যে নাও চলাবলৈ আৰম্ভ কৰ্
to let a boat start to cross over to the other bank
- খেবা, খেব দি, খেবা দিIntransitive verb
নৈ পাৰ হ'বৰ নিমিত্তে নাও মেল্; যেনে-"উজাই খেবা দিলেহে সিপাৰে ঘাটত উঠিবগৈ পাৰিবি"
to let go a boat to cross over to the other bank
- খেবালিkhebāliNoun
হাতত মেলি লৈ পানীলৈ মাৰি দি মাছ ধৰা এবিধ জাল [ইয়াৰ কেইবাবিধো আছে; যেনে-ঘন, আঙঠা; অফলীয়া।]
a cast- net
- খেমটাবালীNoun
খেম্টা গান গাই নাচ কৰি ফুৰা বিদেশী নটী
a dancing girl
- খেমতাkhe.mo.taProper Noun
ভাৰতীয় সংগীতৰ এবিধ তাল ৷ ৬ মাত্ৰাৰ তাল৷
One of the taal (rhythmic pattern of beats) in indian music. 6 beats taal
- খেমাkhemāNoun
ক্ষমা।
- খেম্khemVerb-Trans.
কাৰোবাক শাস্তি বা প্ৰতিশোধৰ পৰা ৰেহাই দিয়া
to excuse one from punishment or revenge