খেবা, খেব দি, খেবা দি
অৰ্থ
1.
নৈ পাৰ হ'বৰ নিমিত্তে নাও মেল্; যেনে-"উজাই খেবা দিলেহে সিপাৰে ঘাটত উঠিবগৈ পাৰিবি"
to let go a boat to cross over to the other bank
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ