কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দিহা-যুগুতিdihā-yugutiNoun
কোনো কামৰ নিমিত্তে দিহা, বুদ্ধি আৰু উপায়।
- দিহানামdi.ha.namAbstract Noun
কীৰ্তন-ঘোষাৰ পদ দোহাৰি অধিক সময়লৈকে গোৱা নাম কীৰ্তন৷ সাধাৰণতে মহিলাসকলৰ মাজত ই প্ৰচলিত৷
Dihanaam is a type of congregational prayer sung by women in Assam in praise of the Assamese saint Sankardev. Instruments like the Negera, taal, khol and also hand-clapping is used in it. The songs are derived from Vaishnava religious scriptures like Kirtan-ghosa. The songs are sung in call and response style.
- দিহিং-সত্ত্ৰdihim-sattraNoun
ধৰ্ম্মপ্ৰচাৰক যদুমণিদেবৰ পুত্ৰ সনাতনদেবে দিহিং নৈৰ পাৰত পোনপ্ৰথমে থিতাপিকৈ পতা এখন মহাপুৰুষীয়া সত্ত্ৰ।
- দিহিঙীয়াdihiṅīẏāAdjective
দিহিং নৈৰ ওচৰত থকা
dwelling near the Dihing river
- দিহিঙে দিপাঙেdi.hi.nge di.pa.ngeAdverb
ইঠাইত বা আন এঠাইত |
In this place and in that; at various places.
- দিহিঙে-দিপাঙেdihiṅe-dipāṅeAdverb
অনিশ্চিত নানা দূৰ ঠাইলৈ
to various uncertain distant places
- দিহিঙ্গীয়াdi.hi.ngi.yaCommon Noun
আহোমসকলৰ এটা ফৈদ; তেওঁলোকে এসময়ত দিহিং নৈৰ ওচৰত বাস কৰিছিল ।
A clan of the Ahoms who were dwelling near the river Dihing.
- দিয়নNoun
কৱদ.
- দিয়া-লোৱাdi.ya-lo’.waAbstract Noun
এটাক আনটোৰে বদলি কৰা কাৰ্য্য।
the act of changing one item with another.
- দিয়াচলাইdiẏācalāiNoun
জুই-বাহ
matches
- দিয়াশলাইৰ কাঠিdi.ya.xo.la.ir ka.thiMaterial Noun
এটা মূৰত ৰাসায়নিক পদাৰ্থ লেপি তৈয়াৰ কৰা কাঠ, বাঁহ বা আন কোনো দাহ্য বস্তুৰ সৰু কাঠি, যাক টান বা ৰাসায়নিক দ্ৰব্যৰে তৈয়াৰ কৰা বিশেষ পৃষ্ঠত ঘঁহি জুই সৃষ্টি কৰিব পাৰি।
a slender piece of wood, cardboard, or other flammable material tipped with a chemical substance that produces fire when rubbed on a rough or chemically prepared surface
- দিয়েকdiẏekaAdjective
দুটামান; কিছু
one or two; a few
- দিৱসdi.woxAbstract Noun
সূৰ্যোদয় আৰু সূৰ্য্যাস্তৰ মাজৰ পোহৰ থকা সময় ছোৱা
Period of day between sunrise and sunset where one enjoys daylight
- দিৱস্পতিdi.bos.po.tiProper Noun
স্বৰ্গৰ (অমৰাৱতীৰ) ৰজা৷
The King of the gods or Devas and Lord of Heaven or Svargaloka in Vedic Hinduism.
- দিৱা-ৰাত্ৰিdi.ba-ra.triAdverb
এটা সম্পূৰ্ণ দিন আৰু ৰাতি
a whole day and night.
- দিৱাকৰdi.wa.korProper Noun
আমাৰ সৌৰজগতৰ মূল আধাৰ, আৰু তাপ আৰু পোহৰৰ উত্স ৰূপে পৃথিৱীত জীৱন বৰ্ত্তাই ৰখা এক নক্ষত্ৰ
A star that is the basis of our solar system and that sustains life on Earth, being the source of heat and light.
- দিৱাবসানdi.ba.bo.xanAbstract Noun
বেলি মাৰ যোৱাৰ পাছৰ সময়৷
the time just after or around sun-set
- দিৱাস্বপ্নdi.ba.swop.noAbstract Noun
অলীক কল্পনা; দিনতে (অৰ্থাৎ সাৰ পাই থাকোঁতে) দেখা সপোন ।
A dreamlike musing or fantasy while awake, especially of the fulfillment of wishes or hopes.
- দীক্ষাdīkṣāNoun
মন্ত্ৰ-গ্ৰহণ
religious initiation
- দীক্ষা দেVerb-Trans.
ধমীয় ভাষণ দে, প্ৰেৰণাদায়ক কথা
deliver a speech about religion or religious topics.