← ফুৰি যাওক

দিহিং-সত্ত্ৰ

dihim-sattra

অৰ্থ

1.

ধৰ্ম্মপ্ৰচাৰক যদুমণিদেবৰ পুত্ৰ সনাতনদেবে দিহিং নৈৰ পাৰত পোনপ্ৰথমে থিতাপিকৈ পতা এখন মহাপুৰুষীয়া সত্ত্ৰ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দিহিং-সত্ত্ৰ · অসমীয়া অভিধান