কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চাফ চিকুণ কৰ্saph si.kun korVerb-Trans.
ধূলি-মাকতি বা জাবৰ-জোঁথৰ আঁতৰ কৰা
to remove dirt or impurities
- চাফাcāphāAdjective
পৰিষ্কাৰ; নিৰ্মল
clean
- চাফৰcāpharaNoun
চাপৰ।
- চাবcābaNoun
চুটি-চাপৰ আৰু ডিঙি-বহল এবিধ উকা সৰু গাখীৰ খোবা টেকেলি
a small earthen jar for holding milk
- চাব কাট্cāba, kāṭ
নাঙলৰ মূখত লাগি ধৰা মাটি আৰু জাবৰ গুচা
to remove the clods of earth and straw stuck to a plough in tilling land
- চাব দি ধৰ্cāba, di, dhar
চাব মাৰে ধৰ্; হাতেৰে থাপ মাৰি ধৰ্
to catch by suddenly stretching out a hand
- চাব দি, চাব ধৰ্cāba, di, cāba, dhar
নাও চলাবলৈ ব'ঠাৰে পানীত আঁকোবাল্
to car; to row
- চাব দেsab deVerb-Intran.
বঠাৰে পানী সিঁচি নাও চলা
to propel a vessel by the leverage of an oar or the like
- চাব ধৰ্sab dhorVerb-Intran.
বঠাৰে পানী সিঁচি নাও চলা
to propel a vessel by the leverage of an oar or the like
- চাব মাৰ্sab marVerb-Intran.
কোৰেৰে মাটি খান্দ্ বা চাহ কৰ্
to cut or dig with a hoe
- চাব-কটাcāba-kaṭāNoun
ঘোঁৰাই ভৰি দাঙি দাঙি জঁপিয়াই মৰা লৰ
a gallop
- চাব-খৰিcāba-khariNoun
নৈত উটি অহা ধৰি
drift timber
- চাবতিয়ালcābatiẏālaAdjective
থাপতে বা অতি শীঘ্ৰে কাম কৰিব পৰা; নিপুণ; সুপটু
capable of doing quickly; skilled; dexterous
- চাবনsa.bonMaterial Noun
তেল আৰু খাৰেৰে তৈয়াৰ কৰা গা আৰু কাপোৰ ধোৱাত ব্যৱহৃত এবিধ বস্তু ।
A cleansing and emulsifying agent, usually made by treating a fat with an alkali, as sodium or potassium hydroxide, and consisting chiefly of the sodium or potassium salts of the acids contained in the fat.
- চাবলcābalaAdjective
এঢলীয়া; কতীয়া; হেলনীয়া; আগুগৰীয়া
sloping
- চাবাইচ্sa.ba.isInterjection
প্ৰশংসা বা উৎসাহিত কৰিবলৈ ব্যৱহাৰ কৰা শব্দ
an exclamatory word used to encourage or to praise someone
- চাবাচ্sa.basInterjection
প্ৰশংসা বা উৎসাহিত কৰিবলৈ ব্যৱহাৰ কৰা শব্দ
an exclamatory word used to encourage or to praise someone
- চাবিcābiNoun
তলাৰ কাঠী; সঁচাৰ-কাঠী
chave ; a key
- চাবিকাঠিsa.bi.ka.thiMaterial Noun
তলা খুলিব পৰা এক সঁজুলি
A manual device that opens lock
- চাবিফলকsa.bi.pho.lokMaterial Noun
অৰ্গেন, মুদ্ৰালেখন যন্ত্ৰ ( টাইপ ৰাইটাৰ) আদিৰ চাবিবোৰৰ সমষ্টি৷
a set of keys, usually arranged in tiers, or one range, for operating a computer, type writer or some musical instruments like the piano.