চাব দি ধৰ্
cāba, di, dhar
অৰ্থ
1.
চাব মাৰে ধৰ্; হাতেৰে থাপ মাৰি ধৰ্
to catch by suddenly stretching out a hand
2.
এনেয়ে কোনোক দোষী বুলি ধৰ্; দবা দি ধৰ্
to charge a man with an offence all on a sudden without proof
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ