কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সপ্তনাৰীচক্ৰxop.to.na.ri.so.kroAbstract Noun
বৰষুণৰ আগজাননী দিব পৰা জ্যোতিষ গণনা৷
an astrological diagram supposed to foretell rain.
- সপ্তনৱতিxop.to.no.wo.tiCommon Noun
নব্বৈতকৈ সাত বেছি৷
seven more than ninety.
- সপ্তনৱতিতমxop.to.no.wo.ti.tomCommon Noun
নব্বৈতকৈ সাত বেছি৷
seven more than ninety.
- সপ্তপঞ্চাশত্তমxop.to.xon.sax.tomProper Noun
পঞ্চাশতকৈ সাত বেছি ৷
seven more than fifty; the symbol denoting 57. (৫৭ in Assamese)
- সপ্তপত্ৰbo.hu.por.niCommon Noun
ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূৱ এছিয়াত উপলব্ধ এবিধ চিৰসেউজ উদ্ভিদ; বৈজ্ঞানিক নামঃ এলষ্ট’নিয়া স্কলাৰিচ।
an evergreen, tropical tree native to the Indian subcontinent and Southeast Asia; Scientific name: Alstonia scholaris.
- সপ্তপদীsaptapadīNoun
বিয়াত দৰা-কন্যাই সাত পাক একেলগে গমন কৰা কাৰ্য্য।
- সপ্তপাতালxop.to.pa.talAbstract Noun
অতল, বিতল, সুতল, তলাতল, মহাতল, ৰসাতল আৰু পাতাল- এই সাতখন অধোলোক৷
According to Hindu mythology the seven underworlds.
- সপ্তপৰ্ণxop.to.por.niCommon Noun
ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূৱ এছিয়াত উপলব্ধ এবিধ চিৰসেউজ উদ্ভিদ; বৈজ্ঞানিক নামঃ এলষ্ট’নিয়া স্কলাৰিচ।
an evergreen, tropical tree native to the Indian subcontinent and Southeast Asia; Scientific name: Alstonia scholaris.
- সপ্তপৰ্ণীxop.tos.sodCommon Noun
ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূৱ এছিয়াত উপলব্ধ এবিধ চিৰসেউজ উদ্ভিদ; বৈজ্ঞানিক নামঃ এলষ্ট’নিয়া স্কলাৰিচ।
an evergreen, tropical tree native to the Indian subcontinent and Southeast Asia; Scientific name: Alstonia scholaris.
- সপ্তবিংশxop.to.bing.xoAbstract Noun
বিছতকৈ সাত বেছি৷
seven more than twenty, represented by 27.
- সপ্তবিংশতিxop.to.bing.xo.tiAbstract Noun
বিছতকৈ সাত বেছি৷
seven more than twenty, represented by 27.
- সপ্তবিংশতিতমxop.to.bing.xo.ti.tomAbstract Noun
বিছতকৈ সাত বেছি৷
seven more than twenty, represented by 27.
- সপ্তভূজxop.to`.bhujMaterial Noun
সাতটা বাহুৰে আৱৰা সমতল ক্ষেত্ৰ
A plane figure consisting of seven sides and having seven angles
- সপ্তমxop.tomProper Adj.
সাতৰ সংখ্যা পূৰ কৰা; ছয়ৰ পিচত আৰু আঠৰ আগৰ স্থান ৷
Coming next after the sixth and just before the eighth in position.
- সপ্তমীxop.to.miProper Noun
আহিন মাহৰ শুক্ল পক্ষৰ সপ্তমদিনৰ তিথি৷ দুৰ্গা পূজাৰ দ্বিতীয় দিন।
the sevent lunar day of the bright fortnight and second day of Durga Puja.
- সপ্তলোকxop.to.lo`kAbstract Noun
ভূঃ, ভুৱঃ, স্বঃ, মহঃ, জন, তপঃ, সত্য- এই সাতলোক বা স্বৰ্গ৷
the seven worlds according to Hindu mytholigy.
- সপ্তষষ্ঠিতমxop.to.xos.thi.tomProper Noun
ষাঠিতকৈ সাত বেছি ৷
seven more than sixty; the symbol denoting 67. (৬৭ in Assamese)
- সপ্তসপ্ততিতমxop.to.xop.to.ti.tomProper Noun
সত্তৰতকৈ সাত বেছি ৷
seven more than seventy; the symbol denoting 77. (৭৭ in Assamese)
- সপ্তসমুদ্ৰxop.to.xo.mu.droAbstract Noun
সাতখন সাগৰ, যেনে-লৱণ, ইক্ষু, সুৰা, ঘিঁউ, দধি, দুগ্ধ আৰু জল৷
the seven seas, viz, the salt, the sugarcane, the wine, etc.
- সপ্তসুৰxop.to.xurAbstract Noun
ভাৰতীয় সংগীতৰ সাতোটা মূল স্বৰ-চাদজা, ৰিষভ, গান্ধাৰ, মধ্যম, পঞ্চম, ধাইভাট আৰু নিষাদ, চমুকৈ চা, ৰে, গা, মা, পা, ধা, নি৷ সমূহীয়াকৈ এই স্বৰখিনিক স্বৰগম বোলা হয়৷
The seven notes of the swaras (scales) of Indian music viz. shadja, rishabh, gandhar, madhyam, pancham, dhaivat and nishad. They are shortened to Sa, Ri (Carnatic) or Re (Hindustani), Ga, Ma, Pa, Dha, and Ni and written S, R, G, M, P, D, N. Collectively these notes are called as the sargam.