সপ্তমী
xop.to.mi
অৰ্থ
1.
আহিন মাহৰ শুক্ল পক্ষৰ সপ্তমদিনৰ তিথি৷ দুৰ্গা পূজাৰ দ্বিতীয় দিন।
the sevent lunar day of the bright fortnight and second day of Durga Puja.
সংজ্ঞাবাচক বিশেষ্য
2.
অমাৱাস্যা বা পূৰ্ণিমাৰ পাচৰ সপ্তম দিন৷
he seventh day of the lunar half of the month. (after bright or dark fortnight)
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ