কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিওঁতা
যি নিয়ে বা লৈ যায়; লৈ যাওঁতা
one taking from one place to another
- নিক`টিনিক এছিডMaterial Noun
ভিটামিন-বি কমপ্লেক্সৰ এটা উপাদান এক প্ৰকাৰৰ স্ফটিকীয় এচিড, যিটো সতেজ মাংস, ঈষ্ট (এককোষী ভেঁকুৰ) আদিত পোৱা যায়
a crystalline acid, that is a component of the vitamin-B complex, found in fresh meat, yeast etc.
- নিকটnikaṭaNoun
ওচৰ; সমীপ
a nearby place; vicinity
- নিকট দৃষ্টিni.kot dris.tiAbstract Noun
দূৰৰ পৰা চকুত আহি পৰা পোহৰ ৰেটিনাত পৰাৰ সলনি ৰেটিনাৰ সন্মুখত পৰাৰ কাৰণে দূৰৰ বস্তু ভালকৈ নেদেখি কেৱল ওচৰৰ বস্তু দেখা পোৱা চকুৰ এক বিকাৰ
a condition of the eye in which parallel rays are focused in front of the retina, objects being seen distinctly only when near to the eye
- নিকটকটীয়াnikaṭakaṭīẏāAdjective
টানকৈ বন্ধা; লৰ-চৰ নকৰাকৈ খাই ধৰা
fastened tightly; fitting closely
- নিকটতাni.ko.to.taAbstract Noun
কম দূৰত থকা অৱস্থা
The state being in a short distance apart
- নিকটত্বni.ko.to.twoAbstract Noun
কম দূৰত থকা অৱস্থা
The state being in a short distance apart
- নিকটবৰ্তীnikaṭabartīAdjective
ওচৰত থকা; সমীপৰ
neighbouring
- নিকটলবাnikaṭalabāAdjective
ৰাজহ নলগোবা; ৰাজহ দিব নলগা
free from tax
- নিকটলুৱাni.ko.to.lu.waProper Adj.
ৰাজহ নলগোৱা
not having to pay tax
- নিকটস্হnikaṭashaAdjective
ওচৰত থকা।
- নিকটাnikaṭāTransitive verb
বখলিয়া; ফালি বা মেলি বাহিৰ কৰ
to peel; to expose
- নিকটাত্মীয়ni.ko.tat.mi.yoPronoun
তেজৰ সম্বন্ধ থকা ব্যক্তিক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ
a term used to describe blood relatives
- নিকটিনni.ko.tinMaterial Noun
ধপাতত থকা উপক্ষাৰ, ধপাত সেৱনৰ আসক্তিৰ মূল কাৰক।
alkaloid present in tobacco, the main factor responsible for the dependence-forming properties of tobacco smoking / chewing.
- নিকট্nikaṭIntransitive verb
ফাট মেলি বা মেল খাই এৰাই পৰ্; . সক. ধা. "নিকটা" চোবাঁ।
to be peeled off, as the skin; to be rent off
- নিকটৰীয়াnikaṭarīẏāAdjective
কটাৰী নথকা
having no knife
- নিকটৱৰ্তিতাni.ko.to.bor.ti.taAbstract Noun
কম দূৰত থকা অৱস্থা
The state being in a short distance apart
- নিকটৱৰ্তীni.ko.to.bor.tiProper Adj.
Situated at a short distance.
- নিকটৱৰ্ত্তীni.kot.bor.tiProper Adj.
Situated at a short distance.
- নিকণ্টকীয়াnikaṇṭakīẏāAdjective
লেঠা বা বিঘিনি নথকা
free from hindrance or disturbance