← ফুৰি যাওক

নিকটৰীয়া

nikaṭarīẏā

অৰ্থ

1.

কটাৰী নথকা

having no knife

বিণ.

2.

অতি কটৰীয়া বা নীৰস; যেনে-"নিকটৰীয়া মাটি"

Very hard and barren; very poor

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিকটৰীয়া · অসমীয়া অভিধান